মা- বৰ্ণালী গগৈ

Rinku Rajowar
0
মাৰ দৈনন্দিন কৰ্মসূচীখন লক্ষ্য কৰি চাবাচোন ,
মাৰ বাৰু ভাগৰুৱা অনুভৱ হয়নে ?
তেওঁ বাৰু জিৰণি ল'বলৈ  
সময়ৰ অভাৱ অনুভৱ কৰেনে ?
মাৰ বাৰু অসুখ নহয় নেকি ?
কেনেকৈ বাৰু অনৰ্গল কৰি যায় নিত্য কৰ্ম ?
বোঁৱতী নদীৰ যেন জলৰাশি তেঁও 
যাৰ কোনো স্তব্ধতা নাই  ।

                    ~ বৰ্ণালী গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)