আশা ভৰা অনুভূতি -ৰুম্পী দাস

©Admin
0
তোমাৰ ভালপোৱাৰ প্ৰকাশে ,
পিন্ধালে মোক 
এখনি আশা ভৰা সাঁজ । 
অনুভূতিৰ সোঁতত ,
সাঁতুৰিলে তোমাকেই 
দেখা পাওঁ ;
প্ৰতিপল প্ৰতিক্ষণ ।
বাজি উঠে হৃদয়ত 
প্ৰেমৰ বীণখনি ,
সুৰময় সুৰকাৰ তুমি ।
ৰচিবা গান 
মোৰ নামতেই ,
হ'ব সুন্দৰ স্বৰগৰ টান ।
           
          ◾ ৰুম্পী দাস
             ভালুকমাৰী 
         ৰাণীপুখুৰী , হোজাই

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)