স্তৱক-যদুমণি গগৈ

©Admin
0
প্ৰেমেৰে অলংকাৰ সিদ্ধ
বৰ্ণ শব্দ আঁহে আঁহে 
বিচাৰি নাপাওঁ তোমাৰ 
বুকুৰ ধপ ধপ স্পন্দন,
দাৰি ,কমা,ছন্দ ছাঁত আঁৰ লৈ থাকে তোমাৰ ওঁঠৰ উষ্ম পৰস ।

              ✍️  যদুমণি গগৈ  ।
                         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)