অজান্তে -শিল্পী দাস

©Admin
0
নিজৰ অজান্তে আজি
তোমাকেই আপোন কৰিলোঁ,
সঁচাই কেনেকৈ জানো
তোমাৰ মায়াত পৰিলোঁ।
সুখ-দুখৰ বাৰ্তালাপ
দুয়োৱে প্ৰকাশ কৰিছিলোঁ,
ঠাট্টা-ধেমালিৰে বহু কথাত
মন উজাৰি হাঁহিছিলোঁ।
অজস্ৰ ভাগ্যৰ ফলত
তোমাকে জীৱনত পালোঁ,
তুমি মোৰ প্ৰিয়জন
হৃদয়ৰ কথাকে ক'লো।

     ◾শিল্পী দাস
     ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও
   বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
                      লংকা মহাবিদ্যালয়
               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)