তোমাৰ অন্তৰলৈ-ৰুম্পী দাস

©Admin
0
তোমাৰ অন্তৰলৈ ,
মোৰ অনুভূতিৰ 
পৰিচয় শূণ্য ।
তোমাক আঁকোৱালি 
মোৰ অকলশৰীয়া জীৱন ,
বহু পৰিপূৰ্ণ ।
তথাপি মোৰ প্ৰতি ,
বিন্দুময় ভালপোৱাৰ 
মনোভাৱ নাই তোমাৰ ।
আছে কেৱল ,
ঘৃণা ভৰা 
 বিৰক্তিৰ সন্ধান ।


◾ৰুম্পী দাস
ভালুকমাৰী
হোজাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)