মন যায়-দিপশিখা ৰাজকোঁৱৰ

0
সপোন কিয়নো জাগে হেজাৰ
হেঁপাহ কিয়নো জাগে নাজানো
অচিনাকী চৰাইজাকৰ সৈতে
সুখ দুখৰ আলাপ আলোচনা কৰিবলৈ।
হৃদয়ৰ অবুজ বেথা কিয়নো
বাৰে বাৰে ক'ব খোজে
অভিমানী হিয়াৰ কথা বুজা
নিঃস্তব্ধ অচিনাকী চৰাইজাকক।
উৰি যাব খোজে মন মোৰ
মুক্ত হৈ শুকুলা ডাৱৰৰ মাজলৈ
পক্ষীজাকৰ দৰে মুকলি মনে
দুপাখি মেলি নতুনৰ ৰং আকিবলৈ
মোৰো বহুত মন যায়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)