আকাশী সপোন- লখিমা তেলী

©Admin
0
সপোনৰ আৰু এটা ছায়া ।                 
 সীমাৰে বান্ধিব নোৱাৰো প্ৰেম যেন এইয়াই তোমাৰ নূপুৰৰ ধ্বনি।
আৰু এটা                   
বিজ্ঞাপন তুমি যে সুৰ কঢ়িয়াই             
ফুৰা এটা মায়া। 
আৰু মই সুৰত উটি ফুৰা 
এটা হেঁপাহৰ শিল্প।       
তোমাৰ নিজৰ সুৰৰ এটা পূৰ্ণিমা ৰাতি তুমি মোৰ 
আকাশী সপোন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)