৩১ মে' ইতিহাসত আজিৰ দিনটো

©Admin
0
📌 বিশ্ব ধূমপান বিৰোধী দিৱস ।

📌 ১৭২৭ চনৰ আজিৰ দটনটোতে ফ্ৰান্স, ব্ৰিটেইন আৰু নেডাৰলেণ্ডে পেৰিছ চুক্তি স্বাক্ষৰ কৰে।

📌১৭৭৪ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম ডাক সেৱা কাৰ্যালয় খোলা হয়।

📌১৯০০ চনৰ আজিৰ দিনটোতে লৰ্ড ৰবাৰ্টছৰ নেতৃত্বত ব্ৰিটিছ সৈন্যই জোহান্সবাৰ্গ দখল কৰে।

📌১৯০৭ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত প্ৰথম টেক্সি সেৱা আৰম্ভ হয়। 

📌১৯৫৯ চনৰ আজিৰ দিনটোতে তিব্বতৰ পৰা নিৰ্বাসিত  হোৱাৰ পিছত বৌদ্ধ ধৰ্মগুৰু দালাই লামাক ভাৰতত আশ্ৰয় দিয়া হয়।

📌 ১৯৯৪ চনৰ আজিৰ দিনটোতে  দক্ষিণ আফ্ৰিকা গোষ্ঠী নিৰপেক্ষ আন্দোলন ১০৯ তম সদস্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।

📌 ২০০৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ দ্ৰুততম দৌৰবিদ উছেইন বোল্টে ৯.৭২ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰে। 

📌 ১৯৭৭ চনৰ আজিৰ দিনটোতে  ভাৰতীয় সেনাৰ এটা দলে প্ৰথমবাৰৰ বাবে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাত আৰোহণ কৰে।

📌 ২০১০ চনৰ আজিৰ দিনটোতে   ভাৰতত স্বীকৃতিপ্ৰাপ্ত প্ৰতিখন ব্যক্তিগত বিদ্যালয়ত দৰিদ্ৰ শিশুৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ ৰখাৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল।

📌১৫৭৭ চনৰ আজিৰ দিনটোতে   মোগল সম্ৰাট জাহাংগীৰৰ পত্নী  নুৰজাহানৰ জন্ম হৈছিল ।

📌১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এখন আগশাৰীৰ সংবাদপত্ৰ আউটলুকৰ প্ৰতিষ্ঠাপক আৰু বিখ্যাত সাংবাদিক বিনোদ মেহতাৰ জন্ম হৈছিল ৷

📌১৯৭৩ চনৰ আজিৰ দিনটোতে  ভাৰতৰ এজন  ৰাজনীতিবিদ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী গুৰনাম সিং মৃত্যু হৈছিল ।
📌১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী  ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সাংবাদিক আৰু  মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বাৰকা প্ৰসাদ মিশ্ৰৰ মৃত্যু হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)