অসহায়- উৎপল খনিকৰ

©Admin
0
পাহাৰৰ শিখৰত থকা শিলটোও 
হয়তো অসহায় বোধ কৰে  
বৰষুণ টোপালবোৰ তাৰ বুকুৰ পৰা গুচি আহিলে 

বৰ সহজভাবে গুচি গ'ল 
সময় বোৰ.... 
অসহায়, বিনদ্ৰ ,বিভংগ হৈ গ'লো 

প্ৰমাণ দিব নোৱাৰাৰ 
এটা দুখ থাকি গৈছে জীৱনত 
থাকি যাব চাকিৰ শলিতা শেষ নোহোৱালৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)