কবিতাৰে জীৱনপঞ্জী-হিৰণ্যময়ী বৰুৱা

Rinku Rajowar
0
কবিতাৰে জীৱনপঞ্জী
জ্যোতিপ্ৰসাদৰ
১৯০৩চনত জুনত জ্যোতিৰ জন্ম
পিতৃৰ নাম পৰমানন্দ,
মাতৃৰ নাম কিৰণময়ী
১৯১৭চনত তোমাৰেই ৰচনা 
"শোণিত কুৱৰী"
১৯২৬চনত বিলাতলৈ যাত্ৰা
১৯২৭চনত মেট্ৰিকত উত্তীৰ্ণ

তোমাৰ জীৱনপঞ্জীত লিখা আছে
ভিন্ন ভিন্ন কৰ্মৰ তালিকা
১৯৩০চনত জাৰ্মেনিত তুমি আছিলা
চিনেমাৰ কাৰিকৰি না না না শিক্ষাত
১৯৩২চনত তোমাৰ অংশ গ্ৰহণ
আইন অমান্য আন্দোলন।
১৯৩৪চনত ভোলাগুৰি চাহবাগিচাত
কৰিলা স্হাপন_"চিত্ৰবন"
১৯৩৫চনত জয়মতীৰ মুক্তি
১৯৩৬চনত বৈবাহিক জীৱন আৰম্ভ
১৯৩৭চনত  স্হাপনজোনাকী  হ'ল
১৯৩৮চনত ৰূপালিম প্ৰকাশ
১৯৩৯চনত ইন্দ্ৰমালতীৰ জন্ম
১৯৪০চনত তেজপুৰত সংঙ্গীত বিদ্যালয় প্ৰতিষ্ঠা।
১৯৫০চনত একমাত্ৰ উপন্যাস"আমাৰ গাওঁ ৰচনা
১৯৫১চনত তোমাৰ হ'ল স্বৰ্গ যাত্ৰা
(অসমদেশৰ ইতিহাসৰ পাতত
ফুলকুমলীয়া জ্যোতিপ্ৰসাদ আজিও উদ্ভাসিত)


◾হিৰণ্যময়ী বৰুৱা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)