মৃত্যু-ৰিম্পী বড়া

Rinku Rajowar
0
লাহে লাহে উশাহ বোৰ চুটি হৈ আহিছে
দুটি চকুৰ কোণত 
অশ্ৰু কণা দুটিয়ে তিৰেবিৰাই উঠিছে
পৰিতৃপ্ত হাঁহিৰে চকু দুটি জপাই দিছোঁ
অস্পষ্ট ভাষাৰে জীৱনটোক কৈছো- 'বিদায় '।


শেষ উশাহটো ৰৈ গ'ল
মোৰ মৃত্যু ইয়াতেই হ'ল
এনেকৈ মোৰ সপোনৰো মৃত্যু হ'ল।
                        
◾ৰিম্পী বড়া,সাপেখাটী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)