কৃষ্ণচূড়া-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
সেউজীয়া পাতৰ আভৰণখনি
আতঁৰাই কেলৈ ফুলিছা তুমি
ৰাঙলী হাঁহি মাৰি মোৰ কণমানি
অভিমানী হিয়াৰ প্ৰাণ কাঢ়ি 
উতনুৱা কৰিছা কিয় বাৰু
মোৰ আলসুৱা মন আজি।
তোমাৰ ৰঙীন ৰং দেখি
ময়ো ৰঙা ৰঙীন সপোন দেখিছোঁ
উদাসীন ভাৱ আঁতৰাই
হাঁহিছো প্ৰাণখুলি তোমাৰ
সৌন্দৰ্য্য দেখি কৃষ্ণচূড়া।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)