মই মােৰ দৰে হ'ব বিছাৰাে- ৰঙিলী লইং

©Admin
0
মই মােৰ দৰে হ'ব বিছাৰাে।কিয়নাে এইখন পৃথিৱীত প্ৰতিজন মানুহৰে নিজা নিজা কিছু স্বাৰ্থ আছে।যেতিয়াই যি স্বাৰ্থ থাকিব তেতিয়াই আপােনাক বা মােক ব্যৱহাৰ কৰিব।স্বাৰ্থ বিহিন এইখন পৃথিৱীত কােনাে কামে নিগাজিকৈ কৰা দেখা নাযায়।কিয়নাে মানুহ ৰূপী জীৱতােৱে যিহেতু স্বাৰ্থ লােভি প্ৰাণী।

আজি মই মােৰ ঠাইত শুদ্ধ ।কিয়নাে মােৰ স্বাৰ্থ কেৱল মােৰ লগতহে।মই কাৰাে জেৰক্স কপি হৈ কাম কৰিব নােৱাৰাে।হয় তাৰ বাবে আজি মই অকলশৰীয়া।আৰু বহুলােকে সেই বাবে অহংকাৰি বুলি কয়।হয় মই অহংকাৰি।কিন্তু নিজৰ কামত নিজৰ ব্যৱহাৰত মই অহংকাৰ কৰাে।

কিয়নাে আনৰ কৰ্মত অহংকাৰ কৰিব পৰা ক্ষমতা মােৰ নাই, মই নােৱাৰাে ।কাৰন মই মােৰ দৰে হ'ব বিছাৰাে।

মই বা আপুনিকৰা প্ৰতিতাে কামে আন দহজনৰ চকু পৰে।কিয় জানেনে?

 কাৰন আপােনাৰ কৰ্ম য'ত উদ্ধৱ হ'ব তাতে বহুজনৰ দৃষ্টি সেই কৰ্ম জীৱিকা হ'ব ।এয়াই আমাৰ সমাজ এয়াই আমাৰ পৰিচয়।

কােনাে কাৰাে বাবে উচ্চ নহয় ।কিন্তু উচ্চ হয় হিংসা আৰু বিভেদৰ।সেয়ে ভাবাে চাকৰি হােৱা আগত মানুহ হ'ব শিকাতাে জৰুৰী অন্যৰ্থা ডিগ্ৰী লােৱা আগত জ্ঞানি হােৱাতাে জৰুৰী।আজি বৃদ্ধাশ্ৰম খনৰ প্ৰতিতাে কােঠা স্বাৰ্থ লগত জড়িত।ফুটপাটৰ প্ৰতিতাে গলি হিংসাৰ লগত জড়িত।কিয়নাে মােৰ সন্তানৰ সত্য মােৰ ছাঁতােৱে হয়।

এবাৰ উপলদ্ধি কৰকচােন কােন কাৰ আপােন?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)