মাতৃ-ৰুম্পী দাস

©Admin
0
পৃথিৱীৰ দয়াময়ী 
মানৱী তুমি ,
তুমিইতো আশা ভৰা 
হাতৰ ভৰসাময়ী ।
তোমাৰ বুকুত ঠাই পাওঁ ,
জীৱন যৌৱন পাৰ হৈ
তোমাৰ কথাৰ মৰমে ...
সহজ হৈ পৰে 
কঠিন জীৱন ।
তুমিইতো স্নেহময়ী 
প্ৰেমৰ অধিকাৰী ,
তুমিইতো সন্নিবিষ্ট 
জীৱন সজোৱাৰ 
এক প্ৰতীক ;
তুমিইতো মোৰ মাতৃ ।

✍️ৰুম্পী দাস 
   
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)