আজি দিনটোৰ বিশেষত্ব - ২৮ জুন

©Admin
0
২৮ জুন  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৯তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৬টা দিন বাকী থাকে। আজি দিনটোৰ বিশেষত্ব হ'ল-
১/ আজিৰ দিনটোতে১৯২২ চনত  ছাৰজন হে'নৰী ক্যাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে।
 ২/ আজিৰ দিনটোতে ১৮৭৩ চনত  এলেক্সিছ কেৰেল, নোবেল বঁটা বিজয়ী ফৰাছী চিকিৎসা বিজ্ঞানীৰ  জন্ম হৈছিল ।
 ৩/ আজিৰ দিনটোতে ১৯৯৮ চনত ভাৰতীয় জীববিজ্ঞানী কমলা সাহানীৰ মৃত্যু হয় ।
৪/ আজিৰ দিনটোতে  সংবিধান দিৱস (ইউক্ৰেইন) পালন কৰা হয় ।
           
সংগ্ৰাহক- ৰিম্পী ভঁৰালী  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)