সমগ্ৰ অসম বানৰ কবলত পৰাৰ প্ৰক্ষিতত বিশুদ্ধ খোৱা পানীৰ সমস্যাই এক অথন্তৰ অৱস্থাৰ সৃষ্টি কৰিছে । নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ প্ৰায় পাচ খন পঞ্চায়ত অতিকৈ দ প্ৰৱল অঞ্চল হিচাপে পৰিগণিত । প্ৰতিখন গাওঁতে অৱস্থিত বিশুদ্ধ খোৱা পানী যোগান আচনি এতিয়া বানে বুৰাই পেলাইছে। সেয়ে খোৱা পানীৰ সমস্যাই এক নতুন ৰূপ লৈ বানপীড়িত ৰাইজক ভিন্ন ৰোগে ইতিমধ্যে ক্ৰিয়া কৰিছে। উক্ত সমস্যাৰ সমাধানৰ বাবে চৰকাৰী ভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজ বাট চাই আছে।
✍️পংকজ মজুমদাৰ
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ