Home লক্ষীমা তেলী মোৰ সপোন | লক্ষীমা তেলী মোৰ সপোন | লক্ষীমা তেলী personRinku Rajowar June 10, 2023 0 share মনৰ আকাশত ৰচো মই,বহুতো সপোন ।এই দেশ এই মাটি,এই ভাষা এই জাতি,মোৰ অতিকৈ আপোন। উমলি আছোঁ মই অতি আনেন্দৰেধূলি-বালিৰে সৈতে মই। নিশ্চয় কৰিব লাগিব কৰ্ম ,দেশৰ জননীৰ হকে। Tags কবিতালক্ষীমা তেলী Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ