১ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0

১ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৩টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৯২৬  চনত এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল মেৰিলিন মন্‌ৰ জন্ম হৈছিল।

২/ আজিৰ দিনটোতে ১৯৩৬  চনত খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৯৪১ চনত অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীৰ জন্ম হৈছিল।

৪/আজিৰ দিনটোতে ২০০৪ চনত অসমীয়া সাহিত্যক তথা গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু হৈছিল।

৫/ আজিৰ দিনটোতে ২০০৭  চনত ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামৰাও কৃষ্ণৰাও পাটিলৰ মৃত্যু হৈছিল।

৬/আজিৰ দিনটোতে ১৮৩১ –চনত জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)