সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ:-  লাচিত বঁটা ।

২/কোন চনত লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল?

উত্তৰ:- ২০১১ চনত  ।

৩/অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- বিষ্ণুৰাভা বঁটা ।

৪/কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়?

উত্তৰ - ৫০ বছৰ।

৫/জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয় গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ - মামণি ৰয়ছম গোস্বামী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)