পুঙা- হেমেন হাজৰিকা

©Admin
0
      উমনিত বহা হাঁহ
      মাৰোঁ আহ , মাৰোঁ আহ
      ভুল মোৰ শাস্তি তোৰ
     বেচেৰী হাঁহ
     নিমাষিত জীৱ
     কাৰশলা গছত উঠে
     খাই বৈ নোদোকা হয় ।
      হাড়ৰ মাজত জীৱ লৈও
      খুৱাই যায় ।
      সকলোৱে খুটিয়াই
      পাই নেকি খুদকণ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)