সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্ৰী কোন আছিল?
➡️ চৈয়দা আনোৱাৰা টাইমূৰ।
২) লাভলীনা বৰগোহাঁই কোনবিধ খেলৰ লগত জড়িত?
➡️ বক্সিং।
৩) বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? 
➡️ জো বাইডেন।
৪) মিজোৰামৰ ৰাজধানী কি?
➡️ আইজল।
৫) ১৮৯৪ চনত অসমৰ কোন ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল?
➡️ পথাৰুঘাটত।
৬) শংকৰ দেৱৰ জন্ম ক'ত হৈছিল?
➡️ বৰদোৱাত (নগাঁও জিলা)
৭) পাইক প্ৰথাৰ প্ৰচলন কোনটো সম্প্ৰদায়ে আৰম্ভ কৰিছিল?
➡️ আহোমসকলে।
৮) 'আংগামী' কোনখন ৰাজ্যৰ এটা জনজাতি?
➡️ নাগালেণ্ডৰ।
৯) ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো?
➡️ থৰ মৰুভূমি।
১০) কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত?
➡️ নীলাচল পাহাৰ।
১১) সাতভনী ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্যক জলপ্ৰপাতৰ ৰাজ্য বুলি কোৱা হয়?
➡️ মেঘালয়।
১২) সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?
➡️ ড° ভীমৰাও আম্বেদকাৰ।
১৩) চৌদি আৰৱৰ ৰাজধানী কি?
➡️ ৰিয়াধ।
১৪) তিনিওফালে পানীৰে আগুৰি থকা ঠাইক কি বোলে?
➡️ Peninsula (উপদ্বীপ)।
১৫) মেচুকা নামৰ ঠাইখন ক'ত অৱস্থিত?
➡️ অৰুণাচল প্ৰদেশ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)