স্মৃতিবোৰ-পিংকি শৰ্মা

©Admin
0
নিষ্ঠুৰ সময়ৰ আহ্বানত
তোমাৰ মোৰ সোণালী দিনবোৰ হেৰাই গ'ল,
কোনেনো বুজিব নোপোৱাৰ বেদনা।
দুদিনীয়া এই জীৱনৰ মেলা
মাথো হাঁহি আৰু কান্দোনৰ বেলা
ফাগুনৰ সাতো ৰং কেনিবা হেৰাব
তোমাৰ মোৰ মৰমৰ এনাজৰী এনেও চিগিব।
ৰ'ৱ মাথো স্মৃতিবোৰ এখিলা সৰাপাত হৈ
জীৱনৰ অন্তিম বেলাত।
কেতিয়াবা নিজানত সময় পালে
মোৰলৈ মনত পেলাই চাবা ।।



 ✍️ পিংকি শৰ্মা।
টিয়ক,‌ বনাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)