বন্ধুত্ব ••দেইজী কাৰ্খ বৰদলৈ

©Admin
0
বন্ধুত্ব মানে হৈছে আটাইতকৈ ভাল সম্পৰ্ক।যিটো বন্ধুত্ব একমাত্ৰ মৰম আৰু গভীৰ।বন্ধুত্ব হৈছে সকলোৰে জীৱনলৈ সুখ দুখ প্ৰতিটো সময়ত আমাক অতি প্ৰয়োজনীয়।জীৱনত আমি বহুতো বন্ধু লগ পাও কিন্তু সকলোৱে আমাৰ আটাইতকৈ ভাল বন্ধু বা প্ৰকৃত বন্ধু নহ'বও পাৰে। ভাল বন্ধু সেইজন যিজনে আমাৰ সুখ দুখত লগত থাকে আৰু আমাৰ ভাল বেয়া আঙুলিয়াই দিয়ে প্ৰকৃত বন্ধু সেই জন যিয়ে আমাক বিপদত সাহস দিয়ে।ভাল বন্ধু এজনে সদায় আমাক আনতকৈও ভালদৰে বুজি পায়। প্ৰকৃত বন্ধুত্বৰ কোনো নিৰ্দিষ্ট বয়সৰ সীমা নাথাকে। যিকোনো ধৰণৰ ব্যক্তি 
আমাৰ বন্ধু হ'ব পাৰে। ভাল বন্ধু বাচনি কৰোঁতে সদায় সাৱধান হ'ব লাগে । কাৰণ প্ৰকৃত বন্ধুই আমাৰ জীৱনত সুখময় কৰা তোলাৰ বিপৰীতে বেয়া বন্ধুই আমাৰ জীৱন ধ্বংস কৰি পেলাব পাৰে।

✍️দেইজী কাৰ্খ বৰদলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)