মা••পাপৰি দাস

©Admin
0
তুমিয়েই মোৰ সকলো.......
    মোৰ উশাহ-নিশাহ,
মোৰ জীৱনৰেখা.......
     তোমাৰ লগতে জড়িত
মোৰ নিঃস্বাৰ্থ মৰম,চেনেহ,
     আৰু ভালপোৱা.......।।
তুমিয়েটো হৈছা মোৰ আত্মাৰ অংশ "মা"
     মোৰ কলিজাটোও তুমিয়েই আছা.......।।
তোমাৰ বাবে বিশেষ এটা
     দিনৰ প্ৰয়োজন নাই "মা".......
কিয়নো তুমি নিজেই বিশেষ 
   তোমাৰ ছোৱালীৰ বাবে "মা".......।।

✍️পাপৰি দাস।
বৰপেটা ছোৱালী মহাবিদ্যালয়,বৰপেটা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)