কবিতা-জ্যোতিষ্ক বৰুৱা

©Admin
0
"নিজকে জীয়াই ৰখাৰ প্ৰৱনতাত…

বাংময়তাৰ কোলাহল পৃথিৱীত…………

মনত জীপাল কৰি ৰখা

ভাৱনাৰ এজাক বৰষুণৰ সতে…

গোপন হৃদয়ৰ ডায়েৰীৰ 

আধৰুৱা উকা পৃষ্ঠাত ,

সমস্ত সুখৰ দলিচাৰ দাপোণখন চাই চাই……

জোনাকী বাটৰ ……

ফিৰ ফিৰিয়া বতাহ জাকে…

দি যোৱা বাতৰিবোৰ ……

লিখি ৰাখিছো গোপনে…

এক নীলা চিয়াহীৰ টোপালেৰে,

ভাৱনাৰ বৰষুণে আনি দিয়া…

মোৰ উকা মন আকাশত

আঁকি দিয়া সাতো ৰঙীন ৰামধেনু বোৰ ৷৷"



✍️ জ্যোতিষ্ক বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)