অণুগল্প | স্খলন- হিয়াশ্ৰী শিৱম

©Admin
0
হেল্লো' -- ক'ত আছে?নিউজত দি আছে গুৱাহাটীত বানপানী আৰু ভূমিস্খলন হৈ আছে।। আপুনি সোনকালে আহক
সিফালৰ পৰা গৈ আছো ৰ'বা পামে চিন্তা কৰি নাথাকিবা।।
মা' মা' পাপা  টিভি ত...... 
বাইকেৰে আহি থকা অৱস্থাত ভাঙাগড়ৰ কাষতে ভূমিস্খলন হৈ অমল চলিহা নামৰ ব্যক্তি এগৰাকী থিতাতে নিহত হয়
লাহে লাহে টিভি ৰ ভলিউম কমি আহিব ধৰিলে।।

✍️হিয়াশ্ৰী শিৱম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)