জীয়াই থাকিম-হাইছ উদ্দিন আহমেদ

©Admin
0
পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰিলোঁ যেতিয়া আত্মহত্যা কৰাটোৱেই ভাল হ'ব ।
ৰমেনে ভাবি ভাবি নদীৰ পাৰ পালে।
হঠাৎ বন্ধু মহিদুলৰ কথা মনত পৰিল। তেওঁ দেখোন মেট্ৰিক ৰিজাল্ট বেয়া হৈছিল ।তেওঁ কেনেকৈ জীয়াই আছে।
পৰীক্ষা বেয়া হৈছে বুলি যে আত্মহত্যা কৰিব লাগিব তেনে কোনো কথা হ'ব নোৱাৰে।
চাকৰি নাপালেও ময়ো মহিদুলৰ দৰে কৰ্মৰ জৰিয়তে জীয়াই থাকিম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)