শেষ উপহাস-দৃলীনা দাস

©Admin
0
অনাবৃষ্টিৰ দৰে তুমিও
আজি অনাদৃত,
অনাদায়ৰ উত্থান পতন
নাই কোনো অনাড়ম্বৰ।
অপূৰ্বঘাত কৰা আতৰি
যোৱা প্ৰতিদিনে 
অপৰাহ্নৰ সময়ত দেখা দিয়া 
শাশ্বত জীৱনক উপহাস কৰি
আউসী নিশা মন্দাকিনী নৈ হৈ 
বৈ যোৱা অনন্ত লৈ ।

    ✍️ দৃলীনা দাস। 
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)