Home ৰুম্পী দাস হিয়াতে তুমি -ৰুম্পী দাস হিয়াতে তুমি -ৰুম্পী দাস person©Admin June 05, 2023 0 share জীৱনৰ জোঁৰ লৈ এষাৰী কথা , ৰৈ গ'ল ... হিয়াতে গঁথা । তোমাৰ প্ৰতি আছে উগ্ৰ ভালপোৱাৰ হেঁপাহ , মন-প্ৰাণ উজাৰী মোৰ হৃদয়ত আছে ... অবিৰাম বাণী !কেৱল তোমাৰেই নামত ।✍️ৰুম্পী দাস Tags কবিতাৰুম্পী দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ