২৯ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0
২৯ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৫টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/আজিৰ দিনটোতে ১৫৩৪ চনত ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিঞ্চ এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল।

২/ আজিৰ দিনটোতে ১৬১৩  চনত উইলিয়াম শ্বেইকছপীয়েৰৰ গ্ল'ব থিয়েটাৰ ভস্মীভূত হৈছিল।

৩/ আজিৰ দিনটোতে ১৮৯৩ চনত  বিজ্ঞানী, পৰিসংখ্যাবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক প্ৰশান্ত চন্দ্ৰ মাহালান'বিছৰ জন্ম হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)