১/আজিৰ দিনটোতে ১৫৩৪ চনত ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিঞ্চ এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল।
২/ আজিৰ দিনটোতে ১৬১৩ চনত উইলিয়াম শ্বেইকছপীয়েৰৰ গ্ল'ব থিয়েটাৰ ভস্মীভূত হৈছিল।
৩/ আজিৰ দিনটোতে ১৮৯৩ চনত বিজ্ঞানী, পৰিসংখ্যাবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক প্ৰশান্ত চন্দ্ৰ মাহালান'বিছৰ জন্ম হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ