বজ্ৰপাত••যুৱৰাজ বাচকোটা

©Admin
0
জন্ম , মৃত্যু, বিবাহৰ কথা জীৱনত কোনেও ক'ব নোৱাৰে। প্ৰভাতী পূৱাতে উঠি গা পা ধুই মনালিছাই সদায় ভগৱানৰ সেৱা পূজা কৰে।আজিও তাই আন দিনাৰ দৰে ঘৰুৱা নিত্য কৰ্ম সমাপন কৰি বিদ্যালয়লৈ যায়। যথা সময়ত পাঠদান শেষ কৰি ঘৰলৈ ঘূৰি আহোঁতে হঠাৎ এজাক ধূমূহা বৰষুণ আহিল। স্কুটিৰ পৰা নামি ৰাস্তাৰ কাষত থকা
মানুহ এজনৰ ঘৰলৈ গৈ গোহালিত আশ্ৰয় লয় । কিন্তু ! 'বিধিৰ লিখন খণ্ডন নাযায় ' মৃত্যুক কোনেও ৰুধিব নোৱাৰে ' প্ৰচণ্ড ধুমুহাৰ বেগত ৰাস্তাৰ কাষতে থকা প্ৰকাণ্ড আমৰ গছ শিপাৰে সৈতে উভলি গোহালি ঘৰৰ ওপৰত পৰে । থিতাতে তাই নিহত হয় --তাৰ পাছত -----------!

✍️যুৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ, অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)