৮ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0

৮ জুন  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৬টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল - 

১/আজিৰ দিনটোতে ১৯৩৬  চনত ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়।

২/আজিৰ দিনটোতে ১৯১৫ চনত শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু, বৈষ্ণৱ পণ্ডিত, দলিত দৰদী সোণাৰাম চুতীয়াৰ জন্ম হৈছিল।

৩/আজিৰ দিনটোতে ১৯৬৯ চনত আমেৰিকান অভিনেতা ৰবাৰ্ট টেইলৰ মৃত্যু হৈছিল।

৪/ আজিৰ দিনটোতে ১৯৯০ চনত দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)