তাতে আকৌ বাৰিষাৰ অভিমানী
বৰষুণজাক
হৃদয়ৰ কোনোবা এটা কোণত
বৰকৈ দুখ অনুভৱ কৰিছোঁ
সৰি পৰা হালধীয়া সোণাৰু দেখি।
সোণাৰুৰ হালধীয়া হাঁহিত
সপোন দেখিছিলো অজ্ঞাতে অজস্ৰ
কিন্তু সপোনবোৰ দেখোন
সৰি পৰা সোণাৰুৰ পাহিৰ দৰে
মৰহি যাবলৈ ধৰিছে ক্ৰমশ।
✍️দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ