Home ৰুম্পী দাস বাক্যহীন যন্ত্রণা- ৰুম্পী দাস বাক্যহীন যন্ত্রণা- ৰুম্পী দাস person©Admin June 09, 2023 0 share তোমাৰ প্ৰতি থকা,মোৰ ভালপোৱাৰ প্ৰকাশএক বাক্যহীন যন্ত্রণা ।বুজাব নোৱাৰা আবেগে,বিবেকৰ কাষত হাৰ মানি লয় ।কান্দি কান্দি চকুলোৰ নৈ বৈ যায় স্ৰোতাস্বিনীৰ দৰে ,এদিন ৰক্তাক্ত সাগৰৰ ৰূপ ল'ব। Tags কবিতাৰুম্পী দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ