বেদনা -দেইজী কাৰ্খ বৰদলৈ

©Admin
0
তোমাক হেৰুৱাৰ বেদনা।
ডিপৰ্টমেন্টৰ মৰমৰ ছাৰ বাইদেউ লগতে মোৰ মৰমৰ বন্ধু বান্ধৱী সকলক হেৰুৱাৰ বেদনা।
ক্লাছ ৰুমত কেতিয়াবা  ছাৰ বাইদেউ সকলৰ মৰমৰ গালিবোৰ হেৰুৱাৰ বেদনা।
ঠিক সেইদৰে লাইব্ৰেৰী ভিতৰত দুলু মেমক লগ পালে মেমৰ লগত হাহি ধেমালিৰে কথা পতা আৰু কেতিয়াবা ছাৰ বাইদেউ সকলৰ লগত ফটো উঠা এইবোৰ হেৰুৱাৰ বেদনা।
এইবোৰ যেন আজিৰ পৰা অতীত।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)