সাধাৰণ জ্ঞান -কুইজ

©Admin
1
১/ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰ -উত্তৰ গোলাৰ্ধ।
২/ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত?
উত্তৰ -এছিয়া।
৩/আয়তনৰ দিশত ভাৰতৰ স্থান কিমান?
উত্তৰ -সপ্তম
৪/ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি?
উত্তৰ -থৰ।
৫/জনসংখ্যাৰ দিশত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান?
উত্তৰ - দ্বিতীয়।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ধুনীয়া হৈছে।

    ReplyDelete
Post a Comment