সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/ফেডাৰেছন অৱ ইন্টাৰনেশ্বনেল ফুটবল এছ’চিয়েশ্বন’  (FIFA) কোন চনত গঠন কৰা হৈছিল?

উঃ ১৯০৪ চনত।

২/প্ৰথম বিশ্বকাপ ফুটবল টুৰ্ণামেন্টৰ আয়োজক দেশখনৰ নাম কি?

উঃ উৰুগুৱে।

৩/ অলিম্পিকত ফুটবল কেতিয়া অন্তৰ্ভূক্ত কৰা হৈছিল?

উঃ ১৯০০ চনত (পেৰিচ অলিম্পিকত)।

৪/বিশ্ব বিখ্যাত ফুটবল খেলুৱৈ পেলে কোন দেশৰ লোক ?

উঃ  ব্রাজিল।

৫/বিশ্বৰ কোনজন ফুটবল খেলুৱৈক ‘কলা মুকুতা’ আখ্যা দিয়া হৈছে?

উঃ পেলে।

৬/ ফুটবল খেলুৱৈ ৰ’ণাল্ডো কোন দেশৰ লোক?

উঃ ব্রাজিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)