Home পিংকি শৰ্মা তুমি সুখী হোৱা -পিংকি শৰ্মা তুমি সুখী হোৱা -পিংকি শৰ্মা person©Admin June 20, 2023 0 share এতিয়া আৰু তোমাক বিচাৰি আমনি নকৰোঁতোমাক চিৰদিনৰ বাবেতোমাৰ প্ৰেমিকাৰ কাষলৈ এৰি দিলো..........এৰা কপালৰে লিখন চাগৈ........বহুত চেষ্টা কৰিও মই তোমাৰযোগ্য হ'ব নোৱাৰিলোঁ। মাথো তুমি সুখী হোৱামোৰ দৰে আৰু কাকো কষ্ট নিদিবা।✍️পিংকি শৰ্মা। Tags কবিতাপিংকি শৰ্মা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ