সপোন প্ৰেয়সী -হিয়া তালুকদাৰ

©Admin
1
অ'মোৰ সপোন প্ৰেয়সী।
ক'ত হেৰাই গ'লা, 
ব্ৰক্ষ্মপুত্ৰৰ দুটি কুলত 
তোমাৰ বাবে অপেক্ষা কৰো 
 তুমি ক'ত হেৰাই গ'লা । 
  মোৰ সপোন প্ৰেয়সী, 
 নে? ব্ৰক্ষ্মপুত্ৰৰ দুটি কুলত 
  জাপ দি আত্মহত্যা কৰিলা । 
  আজি তোমাৰ কথা
                  ভাবিলে , 
                  হিয়া মন 
                 ফাটি যায় ।
 




             

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment