প্ৰশংসা-মেঘালী বৰুৱা

©Admin
0
এটা দুটাকৈ প্ৰবালৰ লেখা কাকতত প্ৰকাশ হবলৈ ধৰিলে। তাকে দেখি গাঁৱৰ বহু জনে ভালপালেও তাৰ মাজতে দুই এজনে প্ৰবালক উপহাস কৰে। তেওঁলোকে প্রবালক কোনো দিন স্বীকৃতি দিব নোখোজে বৰং আনে লিখি দিয়া বুলিহে ইটো সিটোৰ আগত কৈ ফুৰে। কিন্তু সিঁহতৰ গাঁও খনৰ ইতিবৃত্ত যিদিনা সি প্ৰকাশ কৰি দেখুৱালে সেইদিনা সেই বিশেষ ব্যক্তি কেইজনৰ চকু থৰ লাগিল আৰু নিজেই প্ৰবালক মাতি আনি অনিচ্ছা সত্ত্বেও প্ৰশংসা কৰিবলৈ বাধ্য হ'ল।

*মেঘালী বৰুৱা*
*হাজৰিকাপাৰা দৰং*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)