মানুহৰ ভিতৰৰ মানুহে কয় -যূৱৰাজ বাচকোটাচতিয়া

©Admin
0
মানুহৰ ভিতৰৰ মানুহে কয়
সময়ৰ গতি কালৈকে নৰয়
সময়ৰ সৎ ব্যৱহাৰৰ ফলত
সুদূৰৰ ৰত্ন হাততেই পোৱা যায়।
মন দাপোন যদি সদায় চাফা হয়
মানৱ দৰদী আত্মাৰ তাতেই বাস হয়।
চেতনা ভাৱনা কল্পনাৰ ৰহন সানি
আলোক সন্ধানী জীৱন যাত্ৰাৰ পথত
মস্তিষ্কৰ অনুভূতি কবিতা হৈ ৰয়।
      
✍️যূৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)