জীৱন নামৰ এই পাঠশালাত
আশা আৰু নিৰাশাৰ
এক সংকেত ধ্বনিত
বাজিছে আজি
হে জনদৰদী সকল
হে চিন্তাবিদ সকল
কিমাননো থাকিবা আৰু হৃদয়ত
নতুন আশাৰ ৰেঙনিৰ
এক আধাৰ শিলা!
নানা সমস্যাৰে সেতু বন্ধনেৰে
দুহাতত তুলি ললো
সেউজীয়া কঠীয়া বীজ লৈ
আঁহাচোন সকলো সগৌৰৱেই
আমিয়েই আয়োজন কৰোঁ
আজিয়েই দৃঢ়সংকল্প ললোঁ
এখন কৰ্মশালাৰ গঢ়াৰ বাবে।
✍️দেৱযানী পূজাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ