কলেজীয়া জীৱনৰ স্মৃতি-দেইজী কাৰ্খ বৰদলৈ

©Admin
0
আপোন কলেজ খনলৈ আজিও মনত পৰে।
আজিও গছৰ তলৰ আদ্দাবোৰৰ কথা চকুৰ আগত সজীৱ হৈ উঠে,
আজিও মনত পৰে।
ক্লাছ কৰি থাকিলে
মাজতে কোনোবা জনীয়ে
সুধি দিয়ে কি পঢ়াই আছে বে???
কিবা বুজিছা নে???
কেনেকৈ তিনি বছৰ পাৰ হৈ গ'ল,,,,
গমেই পোৱা নগ'ল।
সকলোৱেই কথাবোৰ আজিও মনত পৰে।।
হয়তো এইবোৰ সৰু সৰু
স্মৃতিৰ মাজেৰে তিনিটা
বছৰ পাৰ হʼল।
ছাৰ বাইদেউ সকলৰ কথা
আজিও মনত পৰে।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)