আজি দিনটোৰ বিশেষত্ব- ৰিম্পী ভঁৰালী

©Admin
0


১৯ জুলাই  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০০তমbদিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৫টা দিন বাকী থাকে। আজি দিনটোৰ বিশেষত্ব হ'ল-

১/১৭৬৩ চনৰ আজিৰ দিনটোতে  বঙ্গৰ নৱাব মীৰ কাচিমক তৃতীয় কাটৱা যুদ্ধত বৃটিছে পৰাস্ত কৰে।

২/ ১৮২৭  চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী মঙ্গল পাণ্ডেৰ জন্ম হৈছিল ।

৩/ ১৯৬৫ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি চিংগমেন ৰীৰ মৃত্যু হৈছিল ।

৪/ আজি দিনটোতে ম্যানমাৰৰ শ্বহীদ দিৱস আৰু নিকাৰাগুৱাৰ মুক্তি দিৱস পালন কৰা হয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)