১৯ জুলাই হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০০তমbদিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৫টা দিন বাকী থাকে। আজি দিনটোৰ বিশেষত্ব হ'ল-
১/১৭৬৩ চনৰ আজিৰ দিনটোতে বঙ্গৰ নৱাব মীৰ কাচিমক তৃতীয় কাটৱা যুদ্ধত বৃটিছে পৰাস্ত কৰে।
২/ ১৮২৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী মঙ্গল পাণ্ডেৰ জন্ম হৈছিল ।
৩/ ১৯৬৫ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি চিংগমেন ৰীৰ মৃত্যু হৈছিল ।
৪/ আজি দিনটোতে ম্যানমাৰৰ শ্বহীদ দিৱস আৰু নিকাৰাগুৱাৰ মুক্তি দিৱস পালন কৰা হয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ