জোনবাই ✍️লক্ষ্মীমা তেলী

©Admin
0
আহাঁ জোনবাই 
কাষতে বহা 
নামি আহক সন্ধিয়া 
নামি আহক জোনাক 
চকুলৈ চোৱাঁ মোৰ 
হৃদয়ত এতিয়া অজস্ৰ ধুমুহা জোনাক ভালপোৱা জোনবাই  
ধুমুহা হ'ব পাৰে জানো মোৰ 
প্ৰেম অথবা ভালপোৱা।

✍️লক্ষ্মীমা তেলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)