জাতিভেদ - নিজৰা বৰ্মন ডেকা

©Admin
0
হঠাতে  নিয়ৰে স্কুলতে বাগৰি পৰিল । মেডিকেললৈ নিয়াত ডাক্তৰে পৰীক্ষা কৰি ৰক্তহীনতাত ভোগা বুলি ধৰিব পাৰিলে। ঔষধ -পাতিয়ে কাম নিদিয়া নিয়ৰক তেজ দিবলৈ বংশৰ কাৰোৰে লগত ব্লাড গ্ৰুপ নিমিলা হোৱাত ওচৰৰ ৰহিম খুৰাৰ "o" blood group  হোৱা বাবে তেওঁ ৰক্তদান কৰিলে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)