ভাইৰেল ভিডিঅ' -সীতা দেৱী

©Admin
0
মানুহৰ জীৱন ইমান সহজ নহয়। হাঁহিৰে জগতত জয়যাত্ৰা অব্যাহত ৰাখিব পাৰি বুলি তুমি ভাবিব পাৰা।তুমি ভবাৰ দৰে তেওঁলোকে নেভাবে। তেওঁলোক নিজে সুখ শান্তিৰ থাকিব কিন্তু তোমাক তেনেকৈ থাকিব নিদিয়ে। ফুল ভাল পোৱা ল'ৰাজন আজি হঠাতে গুচি গ'ল।সি অভিমান কৰিলে। কাকো একো নকলে। আৰু তাক কোনেও নুবুজিলে। সি তেনেকুৱা নাছিল। মানৱ দৰদী ল'ৰাটোক ভূল বুজিলে।সি খুৰীয়েক জ্ঞান কৰা ৰমলাৰ চকুত কিবা এটা সোমোৱাত সেইটো উলিয়াই দিবলৈ দুৰ্বাৰ চেষ্টা কৰি থকা অৱস্থাতে কোনোবাই ভিডিঅ' বনাই সামাজিক মাধ্যমত ভাইৰেল কৰালে। সেইয়া দেখি শুনি সি বৰ দুখ পালে। আৰু চৰম পন্থা বাচি লবলৈ বাধ্য হ'ল।

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)