মোৰ তেজে তেজে বৈ যায়••মোস্তাকিন শ্বেখ

Rinku Rajowar
0
মোৰ তেজে তেজে বৈ যায়
স্বাধীনতাৰ গান
দেশ মোৰ,জাতি মোৰ
ভাৰত মহান ।
শত শত ছহিদৰ ত্যাগ বলিদান
সোঁৱৰিছো আজি মই,
তোমাক বীৰ জোৱান ।
'দেশ বুলিলে নালাগে আদেশ
তোমাৰ হৈ মৰিমে আই',
তোমাৰ দৰে মাতৃভূমি
পাবলৈ নাই।
গায়এী মন্ত্ৰ পাঠ কৰি
যাম আগুৱাই,
এইখনেই আমাৰ সোণৰ ভাৰত 
এয়াই মোৰ আই।
    
          ✍️মোস্তাকিন শ্বেখ
    শ্ৰেণী : নৱম মান শ্ৰেণী 
নগাঁও চৰকাৰী উ:মা:বালক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)