Home কবিতা ছন্দায়িত নিশাৰ আৱেদন-আয়নাল হক ছন্দায়িত নিশাৰ আৱেদন-আয়নাল হক person©Admin July 12, 2023 0 share সুৰতনিশাই নাচে,মিঠাঅনুৰাগৰজোনাক নামে।তালে তালেছন্দে ছন্দেবুকুৰগোপন কোণতসুৰৰমূৰ্ছনা।সপোনৰবাকৰিতহেঁপাহৰঅগা-ডেৱা!উখল-মাখলবেবিলন বাগ!সাস্নাহানাৰহাঁহিততৰাইমিচিকিয়াইসাৰ পায়সুবাসীখৰিকা জাঁইমন-উপবনআমোল-মোলাই...। Tags আয়নাল হককবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ