নিজৰ ওপৰত আত্মবিশ্বাস - দেইজী কাৰ্খ বৰদলৈ

©Admin
0
কেতিয়াবা হয়তো আমি

বেলেগক সুধি আছোঁ???

মোৰ জীৱনটো কেনেকুৱা হ'ব??

মই জীৱনত চলিব পাৰিম নে????

মোৰ পৰীক্ষা কেনেকুৱা হ'ব???

মই চাকৰি পাম নে????

কিন্তু,,,

এইবোৰ আনক সুধি লাভ নাই!!!
নিজৰ ওপৰত বিশ্বাস ৰাখক।।

যেতিয়া নিজেই নিজৰ
ওপৰত বিশ্বাস ৰাখিব।।

এদিন সকলো বোৰ ঠিক 
হ'বলৈ ধৰিব।।।

সদায় নিজৰ ওপৰত আত্মবিশ্বাস,,,

ৰখাটো অতি প্ৰয়োজন।।।।



✍️ দেইজী কাৰ্খ বৰদলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)